জ্ঞানোদয়লৈ স্বাগতম
জ্ঞানেই কৰ্ম, জ্ঞানেই ধৰ্ম, জ্ঞানেই সঞ্জীৱনী মন্ত্ৰ
www.gyanodaya.co.in

মহৎ লোকৰ বাণী
সৰ্বস্ব ত্যাগ কৰি হ'লেও অসমীয়া ভাষাটোক জীয়াই ৰাখিব লাগিব
জ্ঞানৰ সঁফুৰাটো এদল মুষ্টিমেয় মানুহৰ মাজত আৱদ্ধ কৰি ৰখাৰ অর্থ হ’ল এটা জাতিৰ জ্ঞান স্পৃহাৰ উদ্যম ধ্বংস কৰি জাতিটোক বৌদ্ধিক দৰিদ্ৰতাৰ ফালে আগুৱাই লৈ যোৱা
জ্ঞানোদয় কি ?
জ্ঞানোদয় হৈছে জ্ঞানৰ সূৰ্য উদয় কৰি সমাজখনক জ্ঞানৰ ৰশ্মিৰে পোহৰাই তোলাৰ এক সুকীয়া যাত্ৰা। জ্ঞানোদয় নতুন প্ৰজন্মক উৎকৃষ্ট জ্ঞান প্ৰদান কৰি সৰ্বাংগীন বিকাশ কৰাৰ এক অভিনৱ প্ৰয়াস। জ্ঞানোদয় সকলোকে ভাষা-সাহিত্যৰ প্ৰতি আকৰ্ষিত কৰাৰ এক অভিযান । বহুতো মহান ব্যক্তিয়ে ভাষা-সাহিত্যৰ প্ৰচাৰৰ ক্ষেত্ৰত মহান ভূমিকা পালন কৰিছিল । আমি তেওঁলোকৰ যাত্ৰা অব্যাহত ৰাখিব লাগিব । জ্ঞানোদয় এই অভিযানৰ নেতৃত্ব দিবলৈ আগবাঢ়ি আহিছে । জ্ঞানোদয় হৈছে এনে এখন মঞ্চ য’ত সকলোৱে নিজৰ নিজৰ জ্ঞানৰ আদান-প্ৰদান কৰিব পাৰিব। সকলোৱে নিজৰ নিজৰ লিখন দক্ষতাৰ জৰিয়তে জ্ঞান ভাগ বতৰা কৰিব পাৰিব । আমাৰ আশা জ্ঞানোদয় যাতে অনাগত দিনত আমাৰ ভাষা, সাহিত্য আৰু সংস্কৃতি বিশ্বদৰবাৰত প্ৰচাৰ কৰাৰ বাবে মুখ্য আৰু সৰ্বশ্ৰেষ্ঠ মঞ্চ হৈ উঠে.....
Latest Updates
-
চকলেটৰ মিঠা ইতিহাস || Sweet History of Chocolate
1 month ago
Interesting Facts ( আকৰ্ষণীয় তথ্য )
-
১০০টা ফকৰা যোজনা, জতুৱা ঠাঁচ 100 Assamese Proverbs/Idioms
November 27, 2021 -
ভূতীয়া জাহাজ: মেৰী চেলেষ্টে Mary Celeste: The Haunted Ship
August 25, 2021
Science ( বিজ্ঞান )
Biography ( জীৱনী )
History (ইতিহাস)
Short Story (চুটি গল্প)
Poetry (কবিতাৱলী)
Common Writings (সাধাৰণ লিখনি)
-
স্নেহালয়: প্ৰেম আৰু যত্নৰ আলয় Snehalaya: Home of Love and Care
October 19, 2021