জনাথন ছুইফটৰ গালিভাৰ ট্ৰেভেলচ
মানুহ কল্পনা প্রাণ অর্থাৎ মানুহে কল্পনা কৰি ভাল পায়। মানুহৰ কল্পনাই সকলো সীমাকে চেৰাই যায়। এইক্ষেত্ৰত অৱশ্যে লেখকসকলৰ কথা সুকীয়া। লেখকসকলে নিজৰ চিন্তা কল্পনাৰ দ্বাৰা মৌলিক কাহিনীসমূহ ৰচনা কৰি আহিছে। কেতিয়াবা লেখকসকলৰ কল্পনাই বাস্তৱৰ পৰিধি ভাঙি অবাস্তৱত প্ৰৱেশ কৰে আৰু অসম্ভৱ যেন লগা কার্যকে বাস্তৱ মনোগ্রাহী তথা আনন্দদায়ক কৰি পাঠক সমাজলৈ আগবঢ়াই দিয়ে আৰু পাঠক …