স্বদেশৰ হকে প্ৰাণাহুতি দিয়া অসমীয়া বীৰাঙ্গনা : কনকলতা বৰুৱা
ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত প্রাণ আহুতি দিয়া মহীয়সী নাৰী কনকলতা বৰুৱাৰ নাম মৃত্যুৰ ৮০ বছৰৰ পাছতো তেজাল আখৰেৰে লিখা আছে ইতিহাসৰ পাতত। দুশ বছৰীয়া পৰাধীনতাৰ সেই দিনবোৰত সমগ্ৰ ভাৰতবাসীয়ে বহুতো দুখ-কষ্টৰ সম্মুখীন হ’বলগা হৈছিল। কালক্ৰমত এচাম দেশপ্রেমী লোকৰ সহযোগত দেশবাসীয়ে স্বাধীনতাৰ বাবে আন্দোলনৰ পথ বাছি লয়। পুৰুষৰ লগতে নাৰীয়েও এই আন্দোলনত অংশ গ্ৰহণ কৰিছিল। কৰিম অথবা …
স্বদেশৰ হকে প্ৰাণাহুতি দিয়া অসমীয়া বীৰাঙ্গনা : কনকলতা বৰুৱা Read More »