ই-আলোচনীৰ বাবে লিখনি

ই-আলোচনীৰ বাবে লিখনি

নিয়মাৱলী”

১। সকলো ধৰণৰ লেখা যেনে গল্প, কবিতা, প্ৰবন্ধ, গঠনমূলক লিখনি, সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, উপন্যাস, ধাৰাবাহিক লেখা আদি উপযুক্ত বুলি বিবেচিত হ’লে প্ৰকাশ কৰা হ’ব।

২। লিখনি সমূহ অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষাত লিখিব পাৰিব।

৩। লিখনি সমূহ ২০০ ৰ পৰা ১০০০ শব্দৰ ভিতৰত হোৱাটো বাঞ্চনীয়।

৪। লিখনি সমূহ ফটো মাৰি বা DTP কৰি JPG, PNG আৰু PDF Formatত আমালৈ প্ৰেৰণ কৰিব পাৰিব। (Max. 10 MB file)

৫। লেখাৰ তলত নিজৰ নাম, ঠিকনা আৰু ফোন নং থকাটো বাঞ্চনীয়।

৬। অনুগ্ৰহ কৰি ইতিপূৰ্বে আন কোনো কাকত-আলোচনীত প্ৰকাশিত বা ফেচবুকত আপলোড দিয়া লেখা প্ৰেৰণ নকৰিব।