বয়ঃ সন্ধি, কৈশোৰৰ অপৰাধ প্ৰৱণতা ।। Adolescence, Adolescent Crime Trends
প্রতিজন ব্যক্তিৰ জীৱনলৈ বয়ঃ সন্ধিৰ যোগ আহেই। এইটো প্রাকৃতিক নিয়ম। কিন্তু যুগৰ পৰিবৰ্তনৰ লগত এই বয়ঃ সন্ধিৰ পৰিবৰ্তন কেৱল নিজৰেই অনুভূত নহয়। পৰিয়ালৰ লোকসকল, শিক্ষক শিক্ষয়িত্ৰী আৰু ওচৰ চুবুৰীয়াৰ সেয়া দৃষ্টি গোচৰ হয়। কিছুমান পৰিবৰ্তন একেবাৰেই স্বাভাৱিক। ১০-১৩ বছৰ বয়সত দেহৰ গঠন দ্রুত গতিত বাঢ়িবলৈ ধৰে। মাত গলগলীয়া, লাজুক, সংবেদনশীল অনুসন্ধিৎসু আৰু নির্জনতা প্রিয় হয়। …
বয়ঃ সন্ধি, কৈশোৰৰ অপৰাধ প্ৰৱণতা ।। Adolescence, Adolescent Crime Trends Read More »