প্রযুক্তি আৰু সাগৰৰ ব্যৱহাৰ ।। Technology and the Use of the Sea
‘সাগৰ দেখিছা? দেখা নাই কেতিয়াও ? ময়ো দেখা নাই। শুনিছোঁ তথাপি নীলিম সলিল ৰাশি বাধাহীন উর্মিমালা আছে দূৰ দিগন্ত বিয়াপি….।’ সাগৰ শব্দটিৰ প্ৰসংগ ওলালেই দেৱকান্ত বৰুৱাৰ উক্ত কবিতা ফাঁকিলৈ মনত পৰে। সাগৰ অতি বিশাল, ই সীমাহীন, লগতে সাগৰ ঐশ্বর্যশালী; সৌন্দর্যময়। বিজ্ঞানৰ দ্ৰুত হাৰত হোৱা অগ্ৰগতিৰ লগে-লগে প্ৰযুক্তিৰ নৱ নৱ উদ্ভাৱনেৰে মানৱ জাতিয়ে পৃথিৱীক যি ৰূপ …
প্রযুক্তি আৰু সাগৰৰ ব্যৱহাৰ ।। Technology and the Use of the Sea Read More »