জ্ঞানোদয়

Our Logo
Environment

পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ কৰ্তব্য || Students’ duties in Environmental Conservation

Common Writings পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ কৰ্তব্য || Students’ duties in Environmental Conservation বর্তমান যিটো গতিত বিশ্বৰ জলবায়ু আৰু পৰিবেশ (Environment) সলনি হৈ আহিছে সেই গতি অক্ষুণ্ণ থাকিলে অদূৰ ভৱিষ্যতে যে পৃথিৱীলৈ ভয়ানক বিপদ কঢ়িয়াই আনিব সেয়া ধূৰূপ বুলি জানি বিশ্বৰ প্ৰকৃতিবিদ আৰু বিজ্ঞানী মহল উদ্বিগ্ন হৈ পৰিছে। আমাৰ দেশতো অতি দ্রুত গতিত প্রাকৃতিক পৰিবেশ […]

পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ কৰ্তব্য || Students’ duties in Environmental Conservation Read More »

Plastic

প্লাষ্টিকৰ ক্ষতিকাৰক স্বীকাৰোক্তি: পৰিৱেশ বিধ্বংসীতাৰ এক উন্মোচন || Plastic’s Damaging Confession: An Unveiling of Environmental Havoc

Science প্লাষ্টিকৰ ক্ষতিকাৰক স্বীকাৰোক্তি: পৰিৱেশ বিধ্বংসীতাৰ এক উন্মোচন || Plastic’s Damaging Confession: An Unveiling of Environmental Havoc মই হৈছোঁ খাৰুৱা তেলৰ পৰা ওলোৱা বিভিন্ন দ্ৰব্যৰ পৰা কৃত্ৰিমভাৱে প্রস্তুত কৰা এবিধ দ্রব্য। বর্তমান সকলোৱে প্ৰতিদিনে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে মোক বহুলভাৱে ব্যৱহাৰ কৰে। মই সাধাৰণতে লঘু, স্বচ্ছ, তাপ আৰু বিদ্যুত্ৰ অপৰিবাহী। তাপ আৰু চাপ

প্লাষ্টিকৰ ক্ষতিকাৰক স্বীকাৰোক্তি: পৰিৱেশ বিধ্বংসীতাৰ এক উন্মোচন || Plastic’s Damaging Confession: An Unveiling of Environmental Havoc Read More »

Animal Education

প্রাণী জগতৰ শিক্ষা ব্যৱস্থা || The educational system of the Animal Kingdom

Interesting Facts প্রাণী জগতৰ শিক্ষা ব্যৱস্থা || The educational system of the Animal Kingdom কিতাপ-পত্ৰৰ ব্যৱস্থা নাই যদিও প্ৰাণী সমূহৰো এখন শিক্ষা জগত আছে য’ত কেৱল বাস্তৱ শিক্ষাহে দিয়া হয়। চিলমাছে পোৱালিবিলাকক সাঁতুৰিবলৈ শিকায়। শিক্ষা সম্পূৰ্ণ হোৱাৰ পাছতহে পোৱালিবিলাকক পানীত এৰি দিয়ে। গৰৈ, শ’ল আদি মাছে লগত এজাক পোনা লৈ পানীত ঘূৰি ফুৰে। কিবা বিপদৰ

প্রাণী জগতৰ শিক্ষা ব্যৱস্থা || The educational system of the Animal Kingdom Read More »

Student Life

ছাত্ৰ জীৱনত আমাৰ কৰ্তব্য || Our duty in student life

Common Writings ছাত্ৰ জীৱনত আমাৰ কৰ্তব্য || Our duty in student life মানুহে যি সময়ত বিদ্যা শিক্ষাৰে জ্ঞান আহৰণৰ দ্বাৰা ভৱিষ্যৎ জীৱনৰ বাবে নিজকে সাজু কৰি তোলে সেই সময়ছোৱাকে ছাত্ৰ জীৱন বোলা হয়। সেই সময়ছোৱাত মই ভাবো এই ছাত্ৰ জীৱনৰ প্ৰধান কর্তব্য হ’ব জ্ঞান আহৰণ কৰা; যাৰ দ্বাৰা একো একোজন ছাত্রই নিজকে ভৱিষ্যতৰ সু-নাগৰিক হ’বৰ

ছাত্ৰ জীৱনত আমাৰ কৰ্তব্য || Our duty in student life Read More »

The strange world of Insects

পতংগৰ বিচিত্র জগত || The strange world of Insects

Interesting Facts পতংগৰ বিচিত্র জগত || The strange world of Insects পৃথিৱীৰ প্ৰতিটো চুকে কোণে পতংগ বিৰাজমান। নদ, নদী, হ্ৰদৰ পাৰ, অন্ধকাৰময় গভীৰ স্থানত, আমাৰ আশেপাশে এই সকলোতে এইবিধ জীৱ পোৱা যায়। তাৰে কিছুমান থাকে আকাশত কিছুমান থাকে বতাহত আৰু কিছুমান থাকে পানীৰ মাজত। কিছুমান পতংগ ইমানেই ক্ষুদ্র যে সিহঁতক খালী চকুৰে দেখাই পোৱা নাযায়।

পতংগৰ বিচিত্র জগত || The strange world of Insects Read More »

Chocholate

চকলেটৰ মিঠা ইতিহাস || Sweet History of Chocolate

History চকলেতৰ মিঠা ইতিহাস || Sweet History of Chocolate চকলেতৰ ব্যৱহাৰ সভ্য সমাজত প্ৰথম আৰম্ভ হয় স্পেইনত। আমেৰিকা আৱিষ্কাৰৰ পাছত স্পেইনৰ বহু মানুহ গৈ তাত বসতি স্থাপন কৰে। সেই সময়ত তেওঁলোকৰ দৃষ্টিগোচৰ হ’ল যে, মেক্সিকোৰ স্থানীয় নিবাসীসকলে এবিধ ফলৰ বীজৰ পৰা পানীয় তৈয়াৰ কৰি খায়। চলিত ভাষাত সেই গছজোপাৰ নাম ‘চকোলেতল’। দিনটোৰ অশেষ পৰিশ্ৰমৰ অন্তত

চকলেটৰ মিঠা ইতিহাস || Sweet History of Chocolate Read More »

albert einstein photo

নিউয়ৰ্কৰ হোটেলত বাট হেৰুওৱা ল’ৰাজন || The boy who lost his way in a hotel in New York

Biography নিউয়ৰ্কৰ হোটেলত বাট হেৰুওৱা ল’ৰাজন || The boy who lost his way in a hotel in New York জার্মানিৰ এক মধ্যবিত্ত ইহুদি পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল তেওঁ। জন্মৰ সময়ত শিশুটিৰ দেহৰ তুলনাত মূৰটো অত্যধিক ডাঙৰ আছিল; সেয়ে শিশুটিক লৈ কিছু আহুকালত পৰিছিল মাকদেউতাক। কাৰণ ল’ৰাটিৰ সাধাৰণ শিশুতকৈ বহু পলমকৈ মাত-কথা ফুটিছিল। প্রায় ন বছৰ

নিউয়ৰ্কৰ হোটেলত বাট হেৰুওৱা ল’ৰাজন || The boy who lost his way in a hotel in New York Read More »

Florence Nightingale

Florence Nightingale: The Lady with the Lamp in Assamese

Biography Florence Nightingale: The Lady with the Lamp in Assamese ফ্লোৰেঞ্চ নাইটিংগেল (Florence Nightingale)ৰ জন্ম হৈছিল ১৮২০ চনত ইটালীৰ ফ্লোৰেঞ্চ নগৰীত৷ ফ্লোৰেঞ্চ ভাগ্যৱতী বুলিয়ে ক’ব লাগিব। কাৰণ জন্মৰ পিছত অভাৱ-অনাটন কাক বোলে, অভাৱগ্ৰস্ত মানুহৰ অৱস্থা কেনেকুৱা আদি কথৰ ফ্লোৰেঞ্চে ভুকে পোৱা নাছিল। মাক-দেউতাকে ফ্লোৰেঞ্চক সৰুৰে পৰাই শিক্ষিতা কৰি তুলিছিল। ইটালীৰ ফ্লোৰেঞ্চত জন্মগ্রহণ কৰা ফ্লোৰেঞ্চ নামৰ

Florence Nightingale: The Lady with the Lamp in Assamese Read More »

অনন্যাৰ উদ্ভিদ পৰিৱৰ্তন: এগৰাকী অসমীয়া ছোৱালীৰ কাহিনী || Ananya’s Botanical Transformation: Story of an Assamese girl

এসময়ত অসমৰ নিস্তব্ধ উপত্যকাত অনন্যা নামৰ এগৰাকী কণমানি ছোৱালী বাস কৰিছিল। তাইৰ পৃথিৱীখন চকুৱে দেখা পোৱালৈকে বিস্তৃত হৈ থকা ৰসাল চাহ বাগিচাবোৰৰ চাৰিওফালে ঘূৰি আছিল। অনন্যাৰ পৰিয়ালে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চাহ বাগিচাত কাম কৰিছিল, পৃথিৱীৰ বিভিন্ন ঠাইৰ চাহকাপৰ বাবে বাট বিচাৰি পোৱা মিহি পাতবোৰ ছিঙিছিল। এদিন কুঁৱলীময় ৰাতিপুৱা অনন্যাই পথাৰলৈ ৰাওনা হওঁতে চাহ জোপোহাৰ

অনন্যাৰ উদ্ভিদ পৰিৱৰ্তন: এগৰাকী অসমীয়া ছোৱালীৰ কাহিনী || Ananya’s Botanical Transformation: Story of an Assamese girl Read More »

লালা লাজপত ৰায়

‘পঞ্জাৱ কেশৰী’ লালা লাজপত ৰায়ৰ বিষয়ে …..

লালা লাজপত ৰায় এজন বিশিষ্ট জাতীয়তাবাদী নেতা আছিল যিয়ে ভাৰতৰ স্বাধীনতাসংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। স্বাধীনতা আন্দোলনৰ সময়ত তেখেত বিখ্যাত ‘লাল বাল পাল’ ৰ মাজৰ এজন আছিল। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে তেখেতৰ দেশপ্ৰেম আৰু শক্তিশালী কণ্ঠস্বৰে তেখেতক ‘পঞ্জাৱ কেশৰী’ অৰ্থাৎ পঞ্জাৱৰ সিংহ উপাধি প্ৰদান কৰিছিল। ১৮৯৭ চনত তেখেতে শিশুসকলক খ্ৰীষ্টান মিছনেৰীসমূহৰ জিম্মাৰ পৰা ৰক্ষা কৰিবলৈ হিন্দু

‘পঞ্জাৱ কেশৰী’ লালা লাজপত ৰায়ৰ বিষয়ে ….. Read More »