Our Logo

জ্ঞানোদয়

শিৱাংগ কুমাৰ গগৈ

শিৱাংগ কুমাৰ গগৈৰ জন্ম ২০০১ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে অসমৰ যোৰহাট জিলাৰ শুকানজান নামে গাঁৱত হৈছিল। শিৱাংগই তেওঁৰ উচ্চমাধ্যমিক চূড়ান্ত পৰীক্ষা জৱাহৰ নবোদয় বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছিল আৰু গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যামিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। বৰ্তমান তেওঁ যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত অভিযান্ত্ৰিক বিভাগত অধ্যয়ন কৰি আছে।

Shivanga

জার্মেনীৰ সাহিত্যক বিশ্বৰ সভালৈ আগবঢ়াই নিয়া কবি গ্যেটে || Johann Wolfgang Von Goethe

Biography জার্মেনীৰ সাহিত্যক বিশ্বৰ সভালৈ আগবঢ়াই নিয়া কবি গ্যেটে || Johann Wolfgang Von Goethe ১৭৪৯ খৃষ্টাব্দত জার্মেনীৰ ফ্ৰংফুট নামৰ চহৰ খনত ‘য়াহান ওলফগাং ভন গ্যেটে’ (Johann Wolfgang Von Goethe) নামৰ এটি শিশুৰ জন্ম হৈছিল, যি জার্মেনীক বিশ্ব সাহিত্যৰ দৰবাৰত গুৰুত্বপূৰ্ণ আসন প্ৰদান কৰাত বিশেষভাৱে অৰিহণা যোগাইছিল। মাত্র ষোল বছৰ বয়সতে গ্যেটেই গীতি কবিতাৰ ৰচনাৰে নিজৰ …

জার্মেনীৰ সাহিত্যক বিশ্বৰ সভালৈ আগবঢ়াই নিয়া কবি গ্যেটে || Johann Wolfgang Von Goethe Read More »

Technology

প্রযুক্তি আৰু সাগৰৰ ব্যৱহাৰ || Technology and the Use of the Sea

Science প্রযুক্তি আৰু সাগৰৰ ব্যৱহাৰ || Technology and the Use of the Sea ‘সাগৰ দেখিছা? দেখা নাই কেতিয়াও ? ময়ো দেখা নাই। শুনিছোঁ তথাপি নীলিম সলিল ৰাশি বাধাহীন উর্মিমালা আছে দূৰ দিগন্ত বিয়াপি….।’ সাগৰ শব্দটিৰ প্ৰসংগ ওলালেই দেৱকান্ত বৰুৱাৰ উক্ত কবিতা ফাঁকিলৈ মনত পৰে। সাগৰ অতি বিশাল, ই সীমাহীন, লগতে সাগৰ ঐশ্বর্যশালী; সৌন্দর্যময়। বিজ্ঞানৰ দ্ৰুত …

প্রযুক্তি আৰু সাগৰৰ ব্যৱহাৰ || Technology and the Use of the Sea Read More »

Adolescence

বয়ঃ সন্ধি, কৈশোৰৰ অপৰাধ প্ৰৱণতা || Adolescence, Adolescent Crime Trends

Editorial বয়ঃ সন্ধি, কৈশোৰৰ অপৰাধ প্ৰৱণতা || Adolescence, Adolescent Crime Trends প্রতিজন ব্যক্তিৰ জীৱনলৈ বয়ঃ সন্ধিৰ যোগ আহেই। এইটো প্রাকৃতিক নিয়ম। কিন্তু যুগৰ পৰিবৰ্তনৰ লগত এই বয়ঃসন্ধিৰ পৰিবৰ্তন কেৱল নিজৰেই অনুভূত নহয়। পৰিয়ালৰ লোকসকল, শিক্ষক শিক্ষয়িত্ৰী আৰু ওচৰ চুবুৰীয়াৰ সেয়া দৃষ্টি গোচৰ হয়। কিছুমান পৰিবৰ্তন একেবাৰেই স্বাভাৱিক। ১০-১৩ বছৰ বয়সত দেহৰ গঠন দ্রুত গতিত বাঢ়িবলৈ …

বয়ঃ সন্ধি, কৈশোৰৰ অপৰাধ প্ৰৱণতা || Adolescence, Adolescent Crime Trends Read More »

Environment

পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ কৰ্তব্য || Students’ duties in Environmental Conservation

Common Writings পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ কৰ্তব্য || Students’ duties in Environmental Conservation বর্তমান যিটো গতিত বিশ্বৰ জলবায়ু আৰু পৰিবেশ (Environment) সলনি হৈ আহিছে সেই গতি অক্ষুণ্ণ থাকিলে অদূৰ ভৱিষ্যতে যে পৃথিৱীলৈ ভয়ানক বিপদ কঢ়িয়াই আনিব সেয়া ধূৰূপ বুলি জানি বিশ্বৰ প্ৰকৃতিবিদ আৰু বিজ্ঞানী মহল উদ্বিগ্ন হৈ পৰিছে। আমাৰ দেশতো অতি দ্রুত গতিত প্রাকৃতিক পৰিবেশ …

পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ কৰ্তব্য || Students’ duties in Environmental Conservation Read More »

Plastic

প্লাষ্টিকৰ ক্ষতিকাৰক স্বীকাৰোক্তি: পৰিৱেশ বিধ্বংসীতাৰ এক উন্মোচন || Plastic’s Damaging Confession: An Unveiling of Environmental Havoc

Science প্লাষ্টিকৰ ক্ষতিকাৰক স্বীকাৰোক্তি: পৰিৱেশ বিধ্বংসীতাৰ এক উন্মোচন || Plastic’s Damaging Confession: An Unveiling of Environmental Havoc মই হৈছোঁ খাৰুৱা তেলৰ পৰা ওলোৱা বিভিন্ন দ্ৰব্যৰ পৰা কৃত্ৰিমভাৱে প্রস্তুত কৰা এবিধ দ্রব্য। বর্তমান সকলোৱে প্ৰতিদিনে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে মোক বহুলভাৱে ব্যৱহাৰ কৰে। মই সাধাৰণতে লঘু, স্বচ্ছ, তাপ আৰু বিদ্যুত্ৰ অপৰিবাহী। তাপ আৰু চাপ …

প্লাষ্টিকৰ ক্ষতিকাৰক স্বীকাৰোক্তি: পৰিৱেশ বিধ্বংসীতাৰ এক উন্মোচন || Plastic’s Damaging Confession: An Unveiling of Environmental Havoc Read More »

Animal Education

প্রাণী জগতৰ শিক্ষা ব্যৱস্থা || The educational system of the Animal Kingdom

Interesting Facts প্রাণী জগতৰ শিক্ষা ব্যৱস্থা || The educational system of the Animal Kingdom কিতাপ-পত্ৰৰ ব্যৱস্থা নাই যদিও প্ৰাণী সমূহৰো এখন শিক্ষা জগত আছে য’ত কেৱল বাস্তৱ শিক্ষাহে দিয়া হয়। চিলমাছে পোৱালিবিলাকক সাঁতুৰিবলৈ শিকায়। শিক্ষা সম্পূৰ্ণ হোৱাৰ পাছতহে পোৱালিবিলাকক পানীত এৰি দিয়ে। গৰৈ, শ’ল আদি মাছে লগত এজাক পোনা লৈ পানীত ঘূৰি ফুৰে। কিবা বিপদৰ …

প্রাণী জগতৰ শিক্ষা ব্যৱস্থা || The educational system of the Animal Kingdom Read More »

Student Life

ছাত্ৰ জীৱনত আমাৰ কৰ্তব্য || Our duty in student life

Common Writings ছাত্ৰ জীৱনত আমাৰ কৰ্তব্য || Our duty in student life মানুহে যি সময়ত বিদ্যা শিক্ষাৰে জ্ঞান আহৰণৰ দ্বাৰা ভৱিষ্যৎ জীৱনৰ বাবে নিজকে সাজু কৰি তোলে সেই সময়ছোৱাকে ছাত্ৰ জীৱন বোলা হয়। সেই সময়ছোৱাত মই ভাবো এই ছাত্ৰ জীৱনৰ প্ৰধান কর্তব্য হ’ব জ্ঞান আহৰণ কৰা; যাৰ দ্বাৰা একো একোজন ছাত্রই নিজকে ভৱিষ্যতৰ সু-নাগৰিক হ’বৰ …

ছাত্ৰ জীৱনত আমাৰ কৰ্তব্য || Our duty in student life Read More »

The strange world of Insects

পতংগৰ বিচিত্র জগত || The strange world of Insects

Interesting Facts পতংগৰ বিচিত্র জগত || The strange world of Insects পৃথিৱীৰ প্ৰতিটো চুকে কোণে পতংগ বিৰাজমান। নদ, নদী, হ্ৰদৰ পাৰ, অন্ধকাৰময় গভীৰ স্থানত, আমাৰ আশেপাশে এই সকলোতে এইবিধ জীৱ পোৱা যায়। তাৰে কিছুমান থাকে আকাশত কিছুমান থাকে বতাহত আৰু কিছুমান থাকে পানীৰ মাজত। কিছুমান পতংগ ইমানেই ক্ষুদ্র যে সিহঁতক খালী চকুৰে দেখাই পোৱা নাযায়। …

পতংগৰ বিচিত্র জগত || The strange world of Insects Read More »

Chocholate

চকলেটৰ মিঠা ইতিহাস || Sweet History of Chocolate

History চকলেতৰ মিঠা ইতিহাস || Sweet History of Chocolate চকলেতৰ ব্যৱহাৰ সভ্য সমাজত প্ৰথম আৰম্ভ হয় স্পেইনত। আমেৰিকা আৱিষ্কাৰৰ পাছত স্পেইনৰ বহু মানুহ গৈ তাত বসতি স্থাপন কৰে। সেই সময়ত তেওঁলোকৰ দৃষ্টিগোচৰ হ’ল যে, মেক্সিকোৰ স্থানীয় নিবাসীসকলে এবিধ ফলৰ বীজৰ পৰা পানীয় তৈয়াৰ কৰি খায়। চলিত ভাষাত সেই গছজোপাৰ নাম ‘চকোলেতল’। দিনটোৰ অশেষ পৰিশ্ৰমৰ অন্তত …

চকলেটৰ মিঠা ইতিহাস || Sweet History of Chocolate Read More »

albert einstein photo

নিউয়ৰ্কৰ হোটেলত বাট হেৰুওৱা ল’ৰাজন || The boy who lost his way in a hotel in New York

Biography নিউয়ৰ্কৰ হোটেলত বাট হেৰুওৱা ল’ৰাজন || The boy who lost his way in a hotel in New York জার্মানিৰ এক মধ্যবিত্ত ইহুদি পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল তেওঁ। জন্মৰ সময়ত শিশুটিৰ দেহৰ তুলনাত মূৰটো অত্যধিক ডাঙৰ আছিল; সেয়ে শিশুটিক লৈ কিছু আহুকালত পৰিছিল মাকদেউতাক। কাৰণ ল’ৰাটিৰ সাধাৰণ শিশুতকৈ বহু পলমকৈ মাত-কথা ফুটিছিল। প্রায় ন বছৰ …

নিউয়ৰ্কৰ হোটেলত বাট হেৰুওৱা ল’ৰাজন || The boy who lost his way in a hotel in New York Read More »