হালধীয়া আকাশ Halodhiya Akash Leave a Comment / Poetry (কবিতাৱলী) / By নিলাভ জ্যোতি কলিতা হালধীয়া আকাশ জীৱনৰ হালধীয়া আকাশসাধুমুখী এটা কবিতাৰ গধূলিৰাঙলী বেলি মিঠা আবেলিআৰু এটা হাঁহি মুখী মন।পোহৰৰ ছয়াময়া আকাশঅৰ্থহীনি পৃথিৱীৰ সেউজীয়াতুমি নোহোৱাটো মোৰতাৰ উত্তৰ মই কেতিয়াবাই পাইছোঁ।এতিয়া সময়ে জানো মোক লৈ যাবজীৱন আকাশৰ পোহৰৰ দিশেএইয়া আকাশ নে?তোমাৰ মৰিচিকা !©নিলাভ জ্যোতি কলিতা Post Views (this month): 91 Share this on:FacebookTwitterLinkedInWhatsAppTelegramRedditMoreEmailTumblrPinterestPocketMastodonNextdoor Related