মানৱ সম্পদ নিৰ্মাণত নতুন শিক্ষা নীতিৰ প্ৰাসংগিকতা Relevance of new education policy in human resource building
new education policy মানৱ সম্পদ (Human Resource) আৰু শিক্ষা এই দুয়োটা বিষয় ওতপ্ৰোতভাৱে জড়িত। শিক্ষা হৈছে মানৱ জীৱনৰ অমূল্য সম্পদ। শিক্ষাৰ সৈতে নৈতিকতা, মূল্যবোধ, জিজ্ঞাসা, সৃজনীশীলতা আদি জড়িত থাকে। সেয়েহে মানৱ-সম্পদৰ গঠন, বিকাশ তথা উন্নয়নৰ বাবে শিক্ষাৰ ব্যাপক প্ৰাসংগিকতা আছে। মানৱ-সম্পদৰ উন্নয়নে অন্য সম্পদসমূহৰ ৰক্ষণশীলতা বৃদ্ধি কৰে। সেয়েহে মানৱ-সম্পদৰ গঠন তথা উন্নয়নৰ দিশটোৰ প্ৰতি গুৰুত্ত্ব …