অনুভৱ

এখন প্ৰিয় কিতাপৰ এজোলোকা অনুভৱ

আশা কাৰ নাথাকে সকলোৰে আশা থাকে । ফাগুনৰ পচোৱাই নাঙঠ কৰি যোৱা বিৰিখৰো আশা আছে ন কৈ সজাল ধৰি ন-কইনা জনী হৈ ৰঙালিৰ মাদকতা আদৰাৰ আশা……..।ফুটপাথত জড় হৈ পৰি থকা মগনিয়াজনৰো কত যে আশা কোনে জানে আন নহলেও ফটা কামিজটোৰ সৈতে আৰু দুদিন জীয়াই থকাৰ আশা । সিদিনা লুইতৰ পাৰত ৰৈ থাকোতেই ভাবিছিলো উজ্জ্বলতাৰ অহংকাৰত …

এখন প্ৰিয় কিতাপৰ এজোলোকা অনুভৱ Read More »