Our Logo

শিৱাংগ কুমাৰ গগৈ

admin@gyanodaya.co.in
শিৱাংগ কুমাৰ গগৈৰ জন্ম ২০০১ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে অসমৰ যোৰহাট জিলাৰ শুকানজান নামে গাঁৱত হৈছিল। শিৱাংগই তেওঁৰ উচ্চমাধ্যমিক চূড়ান্ত পৰীক্ষা জৱাহৰ নবোদয় বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছিল আৰু গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যামিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। বৰ্তমান তেওঁ যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত অভিযান্ত্ৰিক বিভাগত অধ্যয়ন কৰি আছে।