জ্ঞানোদয়

New Logo
Azadi ka Amrit Mahotsav

Editorial (সম্পাদকীয়)

মিতব্যয়িতা

মিতব্যয়িতা

তোমাৰ অভাৱ পূৰাবৰ কাৰণে যিখিনি ধন আবশ্যক হয় তাতকৈ সৰহ খৰচ নকৰিবা। অবাবত ধন অপব্যয় কৰি তোমাৰ অভিভাৱকৰ মনত কষ্ট নিদিবা। তুমি বেয়া পোৱা বুলি তোমাৰ অভিভাৱকে ধনৰ অপব্যয়ত বাধা নিদিবও পাৰে, তুমি সদায়ে তেওঁলোকৰ আয়লৈ চাই ব্যয় কৰিবা। তোমাৰ অপৰিহাৰ্য্য বস্তুৰ বাহিৰে আন বস্তুৰ কাৰণে ধন খৰচ নকৰিবা। যি বস্তুৰ ব্যৱহাৰে তোমাৰ শাৰীৰিক, মানসিক …

মিতব্যয়িতা Read More »

Education is a lifelong process

শিক্ষা এক জীৱনজোৰা প্ৰক্ৰিয়া

“শিক্ষা এক জীৱনজোৰা প্ৰক্ৰিয়া” এই সাৰগৰ্ভ উক্তিটো তোমালোকৰ বাবে দি গৈছিল শিক্ষাবিদ জন ডিউয়ে। শিক্ষা কাক বোলে বুলি সুধিলে তোমালোকে হয়তো ক’বা যে স্কুল কলেজৰ চাৰিবেৰৰ মাজত থাকি শিক্ষাগুৰুৰ সহায়ত এক নিৰ্দিষ্ট পাঠ্যক্ৰম আগত ৰাখি নিৰ্দিষ্ট এটা বয়সলৈকে আহৰণ কৰা জ্ঞানেই হল শিক্ষা। কিন্তু আমাৰ মহান মনীষী আৰু শিক্ষাবিদসকলে শিক্ষাৰ পৰিসৰ ইমান ঠেক দৃষ্টিভংগীৰে চোৱা …

শিক্ষা এক জীৱনজোৰা প্ৰক্ৰিয়া Read More »

Kopou Phool

নীৰৱ বসন্ত ।। Silent Spring

এইয়া হ’ল এখন কিতাপৰ কাহিনীৰ এছোৱা। ১৯৬২ চনত প্ৰকাশ পোৱা নীৰৱ বসন্ত (Silent Spring) নামৰ এই কিতাপখনৰ লেখক আছিল এগৰাকী মহিলা। নাম ৰাচেল কাছন (Rachel Carson)।

অন্ধবিশ্বাস

অন্ধবিশ্বাস, ডাইনী প্ৰথা

বিজ্ঞান পৰীক্ষা আৰু প্ৰমাণভিত্তিক নহ’লে অৰ্থহীন আৰু ত্ৰুটিপূৰ্ণ হৈ পৰে- কথাষাৰ কৈছিল মধ্যযুগৰ মানৱ মনীষা লিঅনাৰ্দ দা ভিন্সিয়ে৷ আপোনালোকো যাতে দেশৰ বৈজ্ঞানিক মানসিকতাপূৰ্ণ, অন্ধবিশ্বাসমুক্ত ভৱিষ্যতৰ সুনাগৰিক হৈ উঠে সেই কামনাৰে দুআষাৰ লেখিবলৈ লৈছো৷ আজি একবিংশ শতিকাতো আমাৰ সমাজখন অন্ধবিশ্বাস কুসংস্কাৰ, ধৰ্মীয় গোড়ামিৰ পৰা মুঠেও মুক্ত হৈ উঠা নাই৷ আমাৰ দেশতো অলেখ কু-সংস্কাৰ বৰ্তি আছে৷ যেন …

অন্ধবিশ্বাস, ডাইনী প্ৰথা Read More »

মানুহৰ ভাষা

মানুহৰ ভাষা

আমাৰ এই বিস্ময়কৰ অপৰূপ পৃথিৱীখনৰ এটা অদ্ভুত বিস্ময় হ’ল ভাষা৷ চিম্পাঞ্জি বান্দৰ, হাতী আদিয়েও নিজৰ মাজত অৰ্থবহ শব্দৰে ভাব বিনিময় কৰে যদিও সেইবোৰ মানুহৰ ভাষাৰ দৰে পৰিপূৰ্ণ বিকশিত ভাষা নহয়৷ ফ্ৰেদেৰিক এংগেলচ নামৰ সমাজবিজ্ঞানীজনে লিখিছে, মানুহে যেতিয়া উৎপাদনমূলক শ্ৰম কৰিবলৈ আৰম্ভ কৰিলে তেতিয়াই মানুহৰ বুদ্ধি আন প্ৰাণীতকৈ বাঢ়ি আহিল৷ তেওঁ আৰু লিখিছে যে চুটিনেজিয়া এবিধ …

মানুহৰ ভাষা Read More »

error: Content is protected !!