বিহু অসমীয়া জাতিৰ চেনেহৰ উৎসৱ। অসমীয়া জাতিৰ লোকসংস্কৃতিৰ প্ৰধান অংগ বিহু। এই বিহুটোতে ওতপ্ৰোত ভাবে জড়িত হৈ আছে অসমীয়া লোকবাদ্যসমূহৰ কেইপদমান বাদ্যযন্ত্র। সেই কেইবিধ হৈছে – ঢোল, পেঁপা, বাঁহী, গগনা, তাল, টকা আৰু সুতুলি।
ঢোলঃ

ঢোল হৈছে বিহুৰ আটাইতকৈ গুৰুত্বপূর্ণ তথা অপৰিহাৰ্য লোকবাদ্য। ঢোল নহ’লে বিহু নপকে। ডেকা-গাভৰু তথা ল’ৰা-ছোৱালী, বুঢ়া সকলোৰে মন প্রাণ উৰুঙা উৰুঙা লাগে। ঢোল কাৰ আৰু গৰৰ চাৰাৰে বনোৱা হয়।
পেঁপাঃ

মহৰ শিঙৰ লেপাটি বিহুৰ অল। এক উল্লাসৰ মধুৰ লগৰীয়া। সংগীত শাস্ত্ৰত পোক সুষিৰ বা ফু দি বজোৱা যন্ত্র বলি কোৱা হয়। গোপাৰ সাধাৰণতে তিনিটা অংশ থাকে। সেয়া হ’লঃ থুৰি বা চুপহি, গপ বা নলিচা আৰু ঠোলা।
বাহীঃ

পেঁপাৰ দৰে বাঁহীও সুষিৰ বা ফু দি বজোৱা এবিধ বাদ্য। এমঠন মান বিজুলী বা বজাল ৰাহৰ এটা পাবত মুঠ সাতটা ফুটা কৰি এই বাদ্যযন্ত্রবিধ তৈয়াৰ কৰা হয়। বিশেষ এই যে বাহী শ্রীকৃষ্ণই বজাইছিল।
গগনাঃ

গগনা বিহুৰ এক বৈশিষ্ট্যপূর্ণ বাদ্যযন্ত্র। এচটা বাঁহত মুগা সূতা বা গুলী সূতাৰ এডাল ৰছীৰে বজোৱা হয়।
তালঃ

তাল ঘৰণীয়া আর সেটাকে কাহেৰে নিৰ্মাণ কৰা এবিধ যুবীয় বাদ্য। তাল গাছ প্ৰকাৰৰ পোৱা যায়। তাৰ ভিতৰতবৰতাল পাতিতাল , কামতাল আৰু কৰতাল আদিয়েই প্রধান।
টকাঃ

টকা বাঁহেৰে তৈয়াৰ কৰা এবিধ বাদ্যযন্ত্র। এপাব আগলি বাঁহৰ দুয়োটা মূৰত গাঁঠি ৰাখি কটা হয়। টকা দুই প্রকাৰৰ — হাত টকা আৰু মাটি টকা।
সুতুলিঃ

সুতুলি মাটিৰে সাজি উলিওৱা হয়। ইয়াৰ আকৃতি চেপেটা আৰু গঢ় কাচি জোনৰ দৰে। ইয়াৰ ভিতৰখন ফোপোলা আৰু তিনিটা সৰু ফুটাৰে ফু দি বজোৱা হয়।
Image Courtesy:
#বিহুৰ বাদ্যযন্ত্র
Click Here to explore the benefits of Gyanodaya Membership Plans